ফ'ৰ লেনৰ দুখ

মহাশক্তি বিষ্ফোৰণত ব্ৰক্ষ্মাণ্ডৰ গঠন আৰু অৱধাৰিত বিলুপ্তি
প্ৰথমে আমি জানি লওঁ সংখ্যাৰ বিষয়ে। আমি বৃহৎ সংখ্যাক ক্ৰমে হাজাৰ, লাখ বা কোটি বুলি বুজাও বা কওঁ। বিদেশত বৃহৎ সংখ্যাক বুজাই ক্ৰমে মিলিয়ন, বিলিয়ন বা ত্ৰিলিয়ন বুলি। আমি জানো যে ১ ত্ৰিলিয়ন মানে কিমান বা ১ বিলিয়ন আৰু ত্ৰিলিয়ন মানে কিমান? ধৰি ললোঁ আৰু আমি জানোঁ যে ১০ লাখ ঘ ১ মিলিয়ন হয়। আৰু ১ বিলিয়ন হ'বলৈ ১ হাজাৰ মিলিয়ন লাগে। ১ ত্ৰিলিয়ন - -?
আচলতে ভাবিব লাগিব যে পৃথিৱী বোলা ধাৰণা বা সত্যটো এসময়ত নাছিল। নাছিল জোন, বেলি, তৰা ।নাছিল আকাশ বোলা ধাৰণাৰ আচ্ছাদন। Matter Energy Light Space and Time এইবোৰ একো নাছিল।
যীশুখ্ৰীষ্টৰ জন্মৰ আগতে চলা অন্বেষণৰ অন্ত ২০০ বছৰৰ পিছত অৰ্থাৎ ২ হেজাৰ বছৰৰ আগতে এজন ইজিপ্তবাসী Claudius Ptolemyএ ঘোষণা কৰিলে যে আমি বাস কৰা ঠাইখনেই সকলোৰে মাজত।
মানুহ আচৰিত হ'ল। কিছুৱে মানি ল'লে, কিছুৱে নল'লে ।এই ভাৱ লৈ মানুহ শ শ বছৰ চলি থাকিল। আৰু বহু অধ্যয়নৰ পিছত এসময়ত ধাৰণা হ'ল যে সকলো শূণ্য আছিল, একো নাছিল ক'তো।মাত্ৰ আছিল এক মহা শূন্যতা। Vast emptiness. সহস্ৰ লক্ষ্য কোটি বছৰৰ আগতে আমি দেখা আকাশৰো ওপৰত আছিল এক মহা শূন্যতা। কোনো ধৰণৰ Celestial object অৰ্থাৎ গ্ৰহ - নক্ষত্ৰ একোৱেই নাছিল। মাত্ৰ শূন্যতাৰ ধ্বনি। এটা শব্দৰ ঝঙ্কাৰ শুনিবলৈ যেন ওঁম-- ওঁ--ওঁ--ৰ দৰে - - Because of unknown reasons.Claudius Ptolemy
স্বয়ংক্ৰিয়ভাৱে সেই মহাশূণ্যতাত বিৰাজ কৰিব ল'লে কোটি কোটি লক্ষ্য গেছীয় ধূলিকণা আৰু গেছে। ক'ৰপৰা কেনেদৰে আহিল তথ্য নথকা সেই ধূলিকণা আৰু গেছ ক্ৰমে তপত হ'ব ধৰিলে আৰু এক গতিত বাঢ়ি থাকিল তাৰ তাপ। লাহে লাহে সেইয়া তপত হ'বলৈ ধৰিলে আৰু এসময়ত সেই সমগ্ৰ Particles With an Incredible Explosion making a sound of an assured uncountable decibels. বিষ্ফোৰিত হ'ল যি শব্দৰ জোখ নাই। যাক আমাৰ সভ্যতাই কয় মহানাদ আৰু বিদেশত ইয়ে হ'ল বিগ বেম।
এইটো এটা মহাজাগতিক ঘটনা। সকলো ঘটনাৰ আদি। বাকীবোৰ পৰিঘটনাহে। যি ঘটনা আজিৰ পৰা ১৫ বিলিয়ন বছৰৰ আগতে ঘটিল।
![]() |
Fred Hoyle |
বিগ বেং …ৰ কথা আগতে কলো! এতিয়া সেই সময়টোৰ কথা ক'ব খুজিছো যেতিয়া সমগ্ৰ মহাশূন্যত বিয়পি পৰিছিল ত্ৰিলিয়নচ ত্ৰিলয়ন এক উত্তপ্ত পৰিবেশ! ত্ৰিলিয়ন ত্ৰিলিয়ন উত্তপ্ত particles..seething radiation এ সমগ্ৰ মহাশূন্য উজ্বলাই তুলিছিল!!
আমি জানো যে জুইয়ে এটা সময়ত ১০০ ° ডিগ্ৰী চেন্টিগ্ৰেডৰ তাপৰ মান চোৱে আৰু পানী ভক ভক কৈ উতলে!!কল্পনা কৰিবলৈ ভয় লগা তাপ বুলি কলেও বুজিব নোৱাৰা তাপ বিগ বেং বিষ্ফোৰনত হৈছিল !!১০হাজাৰ মিলিয়ন মিলিয়ন ডিগ্ৰীৰ উষ্ণতাত সমগ্ৰ মহা শূন্য আলোকিত হৈছিল ! আৰু সেয়ে প্ৰথম পোহৰ!!বিষ্ফোৰনৰ ১ চেকেণ্ড পিচতে ক্ষুদ্ৰক্ষুদ্ৰ উত্তপ্ত particles এ মহা শূন্যৰ বিশালতা জুৰি ললে!গঠন হল Matters..!! ৩ মিনিটৰ ভিতৰতে তাপমান ১০বিলিয়ন ডিগ্ৰীহ'ল! আৰু Hydrogen আৰু Helium ৰ
Nuclei সমুহ গঠন হব ধৰিলে!এনেদৰে ৩লাখ বছৰেই ৩ হেজাৰ ডিগ্ৰীৰ উষ্ণতাত গেছীয় হাকোটা বোৰ গঠন হ'ল!! ১ বিলিয়ন বছৰ পাৰ হ'ল_ matters দুৰান্তলৈ গলগৈ!! তাপমান কমি শূন্য ডিগ্ৰী ৰ তললৈ গ'ল! শূন্যৰ তলত ৪৫০ডিগ্ৰী হল!৩ বিলিয়ন বছৰ পাৰ হল আৰু গঠন হ'ল……Three billion years after Big bang the first galaxies start to take shape... The milky way forms 2 billion years later.
আমাৰ মহাপুৰুষ গুৰুজনে প্ৰায় ৬শ বছৰ আগতেই কলে……"""…অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী……SriSri Sankar Dev
""মহাকাশ হ'ল…মহাজাগতিক।
বিকিৰন হ'ল…!এতিয়া আমি জানো … Origin of The Universe..আৰু ……ব্ৰহ্মাণ্ডৰ বিশাল হৈ যোৱাৰ প্ৰৱনতাৰ কথা …
Expanding Universe.......................Analysing starlight from galaxies showed that the galaxies are moving away from the Earth.Over times the Universe is becoming Larger and LESS dense..and this is happening in continued process...
ইয়াৰ অৰ্থ কি ?সম্ভাৱনায় বা কি !!ভয়ংকৰ সম্ভাৱনা……
Future of the Universe........... No body knows for certain that.
what is going to happen to the Universe. Most astronomers believe that...
আইনষ্টাইনে কৈছিল সভ্যতা আৰোহনৰ অন্তত অৰ্থাৎ তুংগত উঠাৰ পিচত তললৈ নমা বা অৱৰোহন অৱশম্ভাৱী!! মানুহে তৃতীয় বিশ্ব যুদ্ধ কৰিলে চতুৰ্থ যুদ্ধ শিল লাঠিৰে কৰিব লাগিব কাৰন এই সভ্যতা তৃতীয় বিশ্বযুদ্ধত সমুলঞ্চে নিঃশেষ হ'ব!!কিন্ত তেওকোৱা নাছিল যে ব্ৰহ্মাণ্ডও নিপাত যাব!তেওৰ বহবছৰ পিচত এতিয়া…এষ্ট্ৰন'মাৰ সকলে বা পৃথিবীত বহি তেওলোকক নিৰীক্ষন কৰি থকা বিজ্ঞানীয়ে এক অদ্ভুত কথা লক্ষ্য কৰিছে ………………লক্ষ্য হৈছে যে দৈনিক গেলেক্সী সমুহ দুৰৰ পৰা দুৰলৈ গৈ আছে!হাতিপতিও দুৰলৈ গৈছে!!আইনষ্টাইন
আৰু এই অৱস্থাটোৱে ব্ৰহ্মাণ্ডক বিয়পায় দিছে !গাঢ়তা কমাই গৈ আছে! তাৰ প্ৰভাৱ সময়ত মধ্যাকৰ্ষন আৰু মহাকৰ্ষন শক্তিৰ ওপৰত পৰিবই!সেই বিশেষ সকলে ইংগিত পাইছে যে এই অনন্ত কোটি ব্ৰহ্মাণ্ড এটা সময়ত সোঁতোৰা পৰিব। আপোনালোকে কল্পনা কৰিব পাৰে জিকা নেমু কমলা কেচাতে শুকাই গলে কেনে হয়!!এই Shrinking patternআৰম্ভ হৈছে তেনেদৰেই !!
অসময়ত বৰফ গলিছে সাগৰ বহল হৈছে বহু দ্বীপ ডুব গৈছে ! বহু পৰ্বত ওখ হৈছেবহু চাপৰ হৈছে বহু নক্ষত্ৰ নিস্তেজ হৈছে…অথবা সমস্ত শক্তি বিকিৰণ কৰি মৃত্যু মুখত পৰিছেই লক্ষ্য লক্ষ্য!!
আৰু এনেদৰে এদিন…… ..there will be a time when this Universe will stops to expand and...The big Crunch will start. And again it will be hot and Dense..
This cruch would Lead to Another Big Bang...***" And the whole processes would be starting again Who knows ..We will be in another form Like imaginary ..aliens
ব্ৰহ্মাণ্ডৰ মাজত নিজে নিজে সৃষ্টি হ'ল জীৱৰ …আৰু এদিন Big Crunch ত শেষ হৈ পুনৰ নিশ্চয় আৰম্ভ হল জীব কুল! উৰণ বুৰণ গজন ভ্ৰমন!!আশাৰ কথা যে আৰু এক নক্ষত্ৰ।মণ্ডলৰ সৃষ্টি হৈছে যাৰ উত্তাপ বহু কম…!! মই মোৰ লিখনিত আগতে জনা কথা বোৰ যেনে ব্লেক হ'ল আদিৰ কথা উল্লেখ নকৰিলো সকলোৱে জানেই নক্ষত্ৰৰ বিকিৰণ শেষ হলে সেই নক্ষত্ৰৰ মৃত্যু ঘটে… মাত্ৰ সেই বিশাল অঞ্চল ক'লা হৈ থাকে !! Center t থাকে শূন্যতা আৰু সি পোহৰ গ্ৰেভিটিও আবদ্ধকৰি ৰাখে!ক'লা এইকাৰনে যে সি পোহৰো গিলি থয়……যিয়েই নহওক…আশাত জীৱন এইবাবে যে এই ঘটনাৰ আগতেই আমাৰ সভ্যতা আমি নিজে শেষ কৰিম মহাজাগতিক ঘটনাই নহয়!!!
লেখকঃ মুকুল এচ গোস্বামী। নিকামূল সত্ৰ,তেজপুৰ।
![]() |
Mukul S. Goswami,Tezpur |
Comments
Post a Comment
If you have any doubts, please let me know.